পৰিৱেশন কমাওতাক বৰ্তমান পৰিৱেশনৰ নথিপত্ৰ আকাৰ কমাবলে ব্যৱহাৰ কৰা হয়। ছবিসমূহ সংকোচন কৰা হব, আৰু প্ৰয়োজন নহোৱা তথ্য আতৰোৱা হব।
পৰিৱেশন কমাওতায় ছবিৰ গুণৰ আকাৰ অনুকূলণ কৰিব পাৰে। পৰ্দা অথবা প্ৰজেক্টৰৰ বাবে ৰূপাঙ্কণ কৰা পৰিৱেশনৰ প্ৰিন্টৰ বাবে ৰূপাঙ্কিত পৰিৱেশনসমূহৰ নিচিনা একেটা উচ্চ গুণৰ প্ৰয়োজন নহয়।
